thumbnail

Drugs seized at Tinisukia: তিনিচুকীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনিজনকৈ যুৱক

By

Published : Oct 22, 2022, 5:37 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ৰাজ্যখনত ভয়াৱহ নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে তীব্ৰ অভিযান (Anti drugs mission by Assam police) ৷ এনে অভিযানৰ মাজতো একাংশ (Drugs smuggling in Assam) ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয় ব্যৱসায় । তিনিচুকীয়া জিলাতো ড্ৰাগছ সৰবৰাহকাৰীৰ টিঘিলঘিলনীয়ে (Drugs seized at Tinisukia)অতিষ্ঠ কৰি তুলিছে জনসাধাৰণক। ইয়াৰ মাজতেই তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ চহৰ পৰিদৰ্শকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৰপথাৰত চলাই এক অভিযান ৷ উক্ত অভিযানত ২২ গ্ৰাম ড্ৰাগছসহ তিনিজনক গ্ৰপ্তাৰ (Drugs paddler arrested at Tinisukia) কৰে আৰক্ষীৰ দলটোৱে ৷ ধৃত সৰবৰাহকাৰী তিনিজন হৈছে বীৰবল দাস, অম্লান মেধী আৰু পিণ্টু সুত্ৰধৰ ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.