Bhupen Hazarika death anniversary:কলিয়াবৰত মৃত্যু বাৰ্ষিকীত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

By

Published : Nov 5, 2022, 2:31 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
আজি ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী (11th death anniversary of Bhupen Hazarika) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিছে । প্ৰতিখন জিলাতে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হৈছে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা (Bhupendra Sangeet Competition at Kaliabar)। কলিয়াবৰ হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ মঞ্চতো অনুষ্ঠিত হৈছে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা । উক্ত প্ৰতিযোগিতাত বিচাৰক হিচাবে উপস্থিত থাকে সূৰ্য গোস্বামী আৰু বিশিষ্ট সংগীত শিল্পী মৃণালকান্তি মেধি ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.