thumbnail

By

Published : Mar 10, 2022, 7:22 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

ETV Bharat / Videos

বিজয়ৰ পাচত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ প্ৰথম প্ৰতিক্ৰিয়া

বিজেপিৰ দখলত মাজুলী ৷ চিত্তৰঞ্জন বসুমতাৰীৰ হৰুৱাই বিজয়ৰ হাঁহি মাৰিলে ভূৱন গামে (Bhuban Gam wins Majuli by election) ৷ 41,530 টা ভোটৰ বৃহৎ ব্যৱধানত বিজেপি প্ৰাৰ্থী গামে পৰাজিত কৰে প্ৰতিদ্বন্দ্বী তথা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক ৷ প্ৰায় চৈধ্যটা ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী ভূৱন গামে 66,094 টা ভোট লাভ কৰাৰ বিপৰীতে এজেপি প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰে 24,564 টা ভোট ৷ বাওঁপন্থী দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে লাভ কৰিছে 2,243 টা ভোট ৷ সমষ্টিটোৰ ন’টা ভোটৰ সংখ্যা 1,609 টা ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.