Summer workshop: হোজাইত শংকৰী সংস্কৃতি আৰু বিহু নৃত্য প্ৰশিক্ষণৰ কৰ্মশালাৰ সফল সামৰণি - শংকৰী সংস্কৃতি আৰু বিহু নৃত্য প্ৰশিক্ষণৰ কৰ্মশালা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 29, 2022, 2:21 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

বৃহস্পতিবাৰে হোজাই জিলাৰ কাকীত কাকী শংকৰী সংগীত বিদ্যালয়ৰ উদ্যোগত ১০ দিনিয়াকৈ আয়োজন কৰা গ্ৰীষ্মকালীন শংকৰী সংস্কৃতি আৰু বিহু নৃত্য প্ৰশিক্ষণৰ কৰ্মশালাখনিৰ সফল সামৰণি পৰে (Shankari Culture and Bihu dance workshop closing ceremony) ৷ বৰ্তমান যুগৰ নৱ প্ৰজন্মক শংকৰী কলা-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই কৰ্মশালাত শংকৰী গীত, নৃত্য, প্ৰসংগত ব্যৱহৃত গীত, ৰাগ, বৰগীত, বিহু গীত, ঝুমুৰা নৃত্য আৰু নৃত্যৰ প্ৰশিক্ষণ দুজনকৈ প্ৰশিক্ষকৰ দ্বাৰা দিয়া হৈছিল (Summer workshop on Shankari Culture and Bihu dance)। প্ৰায় ১৩০ জনতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালা বিগত ১৮ জুলাইৰ পৰা ২৮ জুলাইলৈকে অনুষ্ঠিত হৈছিল ।
Last Updated : Feb 3, 2023, 8:25 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.