thumbnail

APDCL employees protest: বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত প্ৰতিবাদ

By

Published : Aug 8, 2022, 4:30 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীত ৰাজ্যজুৰি বিদ্যুৎ কৰ্মচাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ (Protest against the electricity amendment bill 2022) ৷ সামন্তৰালভাৱে সোমবাৰে নলবাৰীত বিদ্যুৎ কৰ্মচাৰীয়ে এই বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ বাতিল কৰাৰ বাবে হাতে হাতে প্লে’ কাৰ্ড লৈ নলবাৰী সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে (APDCL employees protest in Nalbari) ৷ লগতে অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ এই দাবীসমূহ মানি নল’লে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.