Free Textbook Distribution: বোকাখাতত বিনামূলীয়া পাঠ্যপুথি বিতৰণ - Distribution of free textbooks to government school students
🎬 Watch Now: Feature Video

গোলাঘাট পশ্চিম খণ্ডৰ অন্তৰ্গত বোকাখাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সভাগৃহত শনিবাৰে অসম চৰকাৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰদত্ত নতুন শিক্ষা-বৰ্ষ (2022-23)'ৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ এক কাৰ্যসূচী অনুষ্ঠিত হৈ যায় (Distribution of free textbooks to government school students) ৷ এই শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্যৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা উপস্থিত থাকি (Minister Atul Bora in Bokakhat) চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে বিনামূলীয়াকৈ পাঠ্যপুথিসমূহ বিতৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:21 PM IST