মুখ্যমন্ত্ৰীৰ সমষ্টিত ওলমি ৰৈছে অনলাইন পাঠদান - লক্ ডাউন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7183160-thumbnail-3x2-kk.jpg)
লক্ ডাউনৰ বাবে অনলাইন শিক্ষাৰ জৰিয়তে পাঠদান কৰিবলৈ শিক্ষকক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে । কিন্তু বাস্তৱত
ফলপ্ৰসূ হোৱা নাই খোদ চৰকাৰী নিৰ্দেশনা ৷ আনিক স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিতে চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত বগাহাতীত পৰিণত হৈছে অনলাইন পাঠদান ব্যৱস্থা ৷ সবিশেষ সামৰি আমাৰ বিশেষ প্ৰতিবেদন...
Last Updated : Jul 10, 2020, 5:02 PM IST