thumbnail

By

Published : Jul 11, 2019, 9:22 PM IST

ETV Bharat / Videos

বুৰৈ নৈত বুৰিবলৈ লৈছে বিশ্বনাথ

বিগত কিছুদিনৰ পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণে ৰাজ্যত সৃষ্টি কৰিছে প্ৰৱল বানপানী ৷ অসমৰ অন্যান্য প্ৰান্তৰ লগতে বিশ্বনাথ জিলাটো বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ জিলাখনৰ বিহালী মহকুমাৰ অন্তৰ্গত বুৰৈ নৈৰ বাঢ়নী পানীৰ লগতে গৰাখহনীয়াই সমগ্ৰ লাপুখুৰী বিহমাৰী অঞ্চললৈ কঢ়িয়াই আনিছে অশনি সংকেত ৷ গৰাখহনীয়াৰ ফলত 15নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা পথ জাহ গৈছে নৈৰ বুকুত ৷ চাঁওক বিশ্বনাথৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক শ্ৰীমন্ত দাসৰ এক প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.