অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলসমূহ হ'ব কোৱাৰেণ্টাইন চেন্টাৰ - অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলসমূহ হ'ব কোৱাৰেণ্টাইন চেন্টাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7380496-thumbnail-3x2-0.jpg)
কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলসমূহ সাজু কৰা হৈছে কোৱাৰেইন্টাইন চেন্টাৰৰ বাবে । ইতিমধ্যেই আৱাসীসকলক হোষ্টেলৰ পৰা নিজৰ নিজৰ বয়বস্তু ৩০ মে'ৰ আগত নিবলৈ নিৰ্দেশ দিছে মহাবিদ্যালয় কৰ্তৃপক্ষই । ইফালে দূৰ-দূৰণিৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে তেওঁলোকৰ বয়বস্তুসমূহ নিৰাপদ স্থানত ৰখাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই । প্ৰয়োজন সাপেক্ষেহে কোৱাৰেইন্টাইন চেন্টাৰ হিচাপে ব্যৱহাৰ কৰা হ'ব অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলসমূহ ।