অভি-নীল হত্যাকাণ্ডঃ এবছৰে ন্যায়পালিকাত গোচৰ - বিচাৰ প্ৰক্ৰিয়া
🎬 Watch Now: Feature Video

অভি-নীলৰ মৰণকাতৰ চিঞৰ বোৰ মাৰ যোৱা নাই মানুহৰ হৃদয়ৰ পৰা ৷ হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাচতো আদালততেই ওলমি ৰৈছে গোচৰ ৷ কেনেদৰে চলিছে বিচাৰ প্ৰক্ৰিয়া? কি কয় অধিবক্তাই?