কৰ্পৰেট টেক্স হ্ৰাস কৰাটো দেশৰ বাবে হিতকৰঃ অনুৰাগ ঠাকুৰ - ইটিভি ভাৰতৰ সাংবাদিক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4651655-566-4651655-1570206832833.jpg)
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা কৰ্পৰেট টেক্স হ্ৰাস কৰাটো ঐতিহাসিক সিদ্ধান্ত আখ্যা দিছে ৰাজ্যিক বিত্তীয় আৰু কৰ্পৰেট মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৷ কৰ্পৰেট টেক্স হ্ৰাস কৰা সিন্ধান্তই দেশত বিদেশী বিনিয়োগ বৃদ্ধি কৰিব বুলি ইটিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য কৰে অনুৰাগ সিং ঠাকুৰে ৷ কংগ্ৰেছৰ দিনত মুদ্ৰাস্ফিতি 12 শতাংশ থকাৰ বিপৰীতে এনডিএ চৰকাৰৰ সময়ত 2-3 শতাংশ হৈছে বুলি উল্লেখ কৰে ঠাকুৰে ৷