ৰিপ’ৰ্ট কাৰ্ড...দৰং জিলাৰ চাৰিটা সমষ্টিৰ সবিশেষ

By

Published : Mar 21, 2021, 8:51 PM IST

thumbnail
দৰং জিলাৰ মুঠ সমষ্টি 4 টা আৰু মুঠ ভোটাৰ 8,26,481 গৰাকী ৷ জিলাখনৰ সমষ্টি কেইটা হ’ল কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও ৷ কলাইগাঁও সমষ্টিৰ মুঠ ভোটাৰ 1,81,472 গৰাকী ৷ তাৰে ভিতৰত পুৰুষ- 92,026 আৰু মহিলা- 89,446 গৰাকী ৷ ছিপাঝাৰ সমষ্টিৰ মুঠ ভোটাৰ 1,76,157 গৰাকীৰ পুৰুষ- 90,443 আৰু মহিলা- 85,714 গৰাকী ৷ মঙলদৈ সমষ্টিৰ মুঠ ভোটাৰ 2,33,626 গৰাকী ৷ তাৰে পুৰুষ- 1,18,459 আৰু মহিলা- 1,15,167 গৰাকী ৷ দলগাঁও সমষ্টিৰ মুঠ ভোটাৰ 2,35,226 গৰাকীৰ ভিতৰত পুৰুষ- 1,20,065 গৰাকী আৰু মহিলা- 1,15,161 গৰাকী ৷ কলাইগাঁও সমষ্টিত মহেশ্বৰ বড়োৱে লাভ কৰে 47,206 আৰু এআইইউডিএফ-ৰ নাথুৰাম বড়োৱে লাভ কৰে 29,585 ৷ ছিপাঝাৰত বিনন্দ শইকীয়াই লাভ কৰে 65,487 আৰু কংগ্ৰেছৰ জ’লী নাথ শৰ্মাই লাভ কৰে 53,312 ভোট ৷ মঙলদৈত গুৰুজ্যোতি দাসে লাভ কৰে 73,423 টা ভোট আৰু কংগ্ৰেছৰ বসন্ত দাসে লাভ কৰে 51,378 ৷ একেদৰে দলগাঁৱত কংগ্ৰেছৰ ইলিয়াছ আলীয়ে লাভ কৰে 76,607 ভোট আৰু এআইইউডিএফ-ৰ মজিবুৰ ৰহমানে লাভ কৰে 74,287 টা ভোট ৷ আনহাতে মহেশ্বৰ বড়ো দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰা, তেওঁৰ কোনো ধৰণৰ গোচৰ নাই ৷ বিনন্দ শইকীয়া স্নাতকোত্তৰ উৰ্ত্তীণ গোচৰ নাই ৷ গুৰুজ্যোতি দাস স্নাতক উৰ্ত্তীণ গোচৰ নাই একেদৰে ইলিয়াছ আলী দশম শ্ৰেণী উৰ্ত্তীণ আৰু গোচৰ নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.