ইটিভি ভাৰতৰ নিৰ্বাচনী বিশেষ - কন্দল আৰম্ভ হৈছে মহাজোঁট আৰু মিত্ৰজোঁটত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 8, 2021, 10:21 PM IST

সমাগত 2021 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচন ৷ ইয়াকে লৈ এতিয়া ৰাজ্যত ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ ইয়াৰ মাজতে সোমবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলৰে বহুকেইজন হেভীৱেট প্ৰাৰ্থীয়ে ৷ সমান্তৰালকৈ ৰাজ্যৰ বহু কেইটা সমষ্টিৰ বাবে কন্দল আৰম্ভ হৈছে মহাজোঁট আৰু মিত্ৰজোঁটত ৷ ৰাজ্যৰ এই সকলোবোৰ শেহতীয়া ৰাজনৈতিক খবৰ সামৰি আমি যুগুতাই উলিয়াইছো এক বিশেষ প্ৰতিবেদন ৷ ৰাজ্যৰ প্ৰতিটো সৰু-বৰ ৰাজনৈতিক খবৰ সামৰি আমি আগবঢ়াইছো ৰাজনৈতিক প্ৰেক্ষাপট ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.