ধেমাজি প্ৰেছ ক্লাবৰ অতিথি উমেশ চেতিয়া - othiti
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3445912-1060-3445912-1559410507684.jpg)
ধেমাজি প্ৰেছ ক্লাবত শনিবাৰৰ পৰা আৰম্ভ হৈছে 'অতিথি' নামৰ বিশেষ অনুষ্ঠান । অনুষ্ঠানটোৰ প্ৰথম দিনটোত অতিথি হিচাবে উপস্থিত থাকে ধেমাজিৰ সমাজ, সাহিত্য, শিক্ষা আৰু সংবাদ জগতৰ মহীৰূহ উমেশ তেতিয়া ৷ চেতিয়াই নিজৰ জীৱনৰ বহু দিশৰ সৰস বৰ্ণনা দিয়ে ৷