বিজেপি ত্যাগ কৰিলে চাবুৱাৰ একাংশ বিজেপি কৰ্মীয়ে - চাবুৱা সমষ্টি
🎬 Watch Now: Feature Video

বিজেপিয়ে প্ৰথম পৰ্যায়ৰ তালিকা প্ৰকাশ কৰাৰ লগে লগে 121 নং চাবুৱা বিধানসভা সমষ্টিত সৃষ্টি হৈছে দলীয় বিসম্বাদ। দলীয় সিদ্ধান্ত প্ৰতি অসন্তুষ্ট চাবুৱা সমষ্টিৰ একাংশ কৰ্মকৰ্তা । উল্লেখযোগ্য যে, অগপৰ পোনাকণ বৰুৱাক চাবুৱা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছতে বিজেপি ত্যাগ কৰিছে একাংশ বিজেপি কৰ্মীয়ে ।
Last Updated : Mar 7, 2021, 9:46 PM IST