মণিকা টাইড, মাজুলীৰ এজনী যুৱতী আৰু তাইৰ অ-গতানুগতিক জীৱন কাহিনী ! - Majuli Girl latest update

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 26, 2019, 3:17 PM IST

মাজুলী, সত্ৰীয়া সংস্কৃতি, গীত-মাত আৰু দৃষ্টিনন্দন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মাজুলীখন আপুনি দেখিছে ৷ মিচিং গাঁৱত বহি আপোনজন বাবে বাট চায় ঐনিতম জুৰি থকা মিচিং যুৱতী গৰাকী আপোনাৰ চিনাকী ৷ কিন্তু আজি আপোনাক দেখুৱাম মাজুলীৰ এক অ-গতানুগতিক দৃশ্য ৷ ঐনিতম জুৰা মাজুলীৰ সেই ছোৱালী জনীৰ এক অন্যান্য জীৱনগাঁথা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.