ধূলিয়ৰি পচোৱাৰে ৰঙীন হৈ পৰিছে ফাগুনৰ আকাশ - ধূলিয়ৰি পচোৱা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10620676-264-10620676-1613281140210.jpg)
ধূলিয়ৰি পচোৱাৰ মাজেৰে আহি পালে ৰঙীণ ফাগুন ৷ পলাশ, শিমলু, মদাৰৰ ৰঙত ৰঙীণ হৈ পৰিছে পৰিৱেশ ৷ ফাগুনৰ পচোৱাত মতলীয়া হৈছে সকলোৰে মন ৷ ফাগুনৰ উতনুৱা সমীৰণত শিল্পীৰ কণ্ঠেৰেও নিগৰিছে ফাগুনৰ গান ৷