মধ্যপ্ৰদেশত অ’টোক মহতিয়ালে এখন ট্ৰাকে : ভিডিঅ’ ভাইৰেল

By

Published : Dec 14, 2020, 8:05 AM IST

thumbnail
মধ্যপ্ৰদেশৰ হোচাংগাবাদত এখন ট্ৰাকে এখন অ’টোত খুন্দিওৱাৰ এক ভিডিঅ’ ভাইৰেল হৈছে ৷ ট্ৰাকখনে অ’টোখনক মহতিয়াই 200 মিটাৰ দূৰলৈ ঠেলি দিছে ৷ অৱশ্যে ঘটনা সংঘটিত হোৱাৰ সময়ত অ’টোখনৰ ভিতৰত কোনো লোক নাছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকচালকক আটক কৰাৰ লগতে ট্ৰাক আৰু অ’টোখন জব্দ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.