thumbnail

আগৰতলাৰ পদপথৰ এখন বিশেষ বিদ্যালয়

By

Published : Jun 28, 2021, 7:53 PM IST

শিক্ষাৰ গুৰুত্বৰ বিষয়ে কোনো ধাৰণা নথকা শিশুৰ মাজত জ্ঞানৰ পোহৰ বিলাবলৈ আগবাঢ়ি আহিছে ত্ৰিপুৰাৰ ৫ গৰাকী ভাতৃ-ভগ্নী । তেওঁলোকে লাভ কৰা জীৱনৰ শিক্ষাৰ এয়া যেন উদাহৰণহে । সমাজৰ প্ৰতিটো শিশুক শিক্ষিত কৰি সুস্থ সমাজ গঢ়াৰ সপোন বাস্তৱায়িত কৰিবলৈ ফ্লাই অভাৰৰ তলতে বহি পদপথৰ কিশোৰ-কিশোৰীক শিক্ষাৰ প্ৰয়োজন সম্পৰ্কে বুজাবলৈ প্ৰয়াস কৰিছে । এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক প্ৰতিবেদন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.