thumbnail

মোডী 2.0ৰ 100 দিনঃ অৱসৰপ্ৰাপ্ত সেনা বিষয়া কৰ্ণেল বিডি লামা

By

Published : Sep 8, 2019, 5:19 PM IST

Updated : Sep 9, 2019, 1:13 AM IST

মোডী 2.0 চৰকাৰে অতিক্ৰম কৰিলে 100 দিন ৷ বিগত এশ দিনত মোডী চৰকাৰৰ সামৰিক শিতানৰ এক খতিয়ান দাঙি ধৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া কৰ্ণেল বিডি লামায়ে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক ক্ষেত্ৰখনত বিশেষ গুৰুত্ব প্ৰদান কৰা মোডী চৰকাৰৰ সফলতা সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত উত্তৰ-পূবৰ আভ্যন্তৰীণ উত্তৰণ হোৱা বুলি মন্তব্য কৰে প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে ৷
Last Updated : Sep 9, 2019, 1:13 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.