বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে : চি লালৰচাংগা - assam mizoram border dispute
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12585396-thumbnail-3x2-yuf.jpg)
অসম-মিজাোৰাম সীমান্তৰ বিবদমান ভূমিৰ প্ৰকৃত গৰাকী অসম নহয় মিজোৰাম হে, এই ভূমিত অসমৰ বেদখল চলিছে ৷ এই মন্তব্য মিজোৰামৰ সাংসদ চি লালৰচাংগাৰ ৷ সীমা বিবাদৰ ঘটনা পুনৰ আৰম্ভ হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী(union home minister )য়ে এই বিবাদৰ নিস্পত্তি কৰিবৰ বাবে হস্তক্ষেপ কৰাৰ বাবে তেওঁ টুইট কৰিছিল বুলি উল্লেখ কৰি অমিত শ্বাহ(Amit Shah)ৰ হস্তক্ষেপক সমৰ্থন কৰে সাংসদ গৰাকীয়ে ৷ ইয়াৰোপৰি, অসম চৰকাৰ তথা অসম আৰক্ষীৰ আগ্ৰাসী মনোভাৱৰ বাবে এনে ঘটনা সংঘটিত হ’ব পালে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷