সিংহৰ মুখৰ পৰা কথমপি বাচি আহিল যুৱক !ক'ত ,কেনেকৈ চাওঁক আমাৰ এক বিশেষ প্ৰতিবেদনঃ - man and lion news
🎬 Watch Now: Feature Video

দিল্লীৰ চিৰিয়াখানাত অঘটন ৷ সিংহৰ গঁড়ালত সোমাল এজন যুৱক ৷ কিছু সময় পশুৰাজৰ সৈতে ৰুদ্ধশ্বাস সময় কটালে যুৱকজনে ৷ অৱশেষত চিৰিয়াখানা কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিলে মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকজনক ৷