দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা - বৃদ্ধি 1209 শতাংশ
🎬 Watch Now: Feature Video

দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা ৷ বিগত 47 বছৰত বৃদ্ধি পালে 1209 শতাংশ ধৰ্ষণৰ ঘটনা ৷ ক্ৰাইম ইন ইণ্ডিয়া-2017 ৰ তথ্য অনুসৰি 2017 চনলৈকে দেশজুৰি মুঠ দাখিল হোৱা 1,46,201 টা গোচৰৰ ভিতৰত মাত্ৰ 5,822 টা গোচৰতহে অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে ৷ ইপিনে 2017 চনত 28750 টা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় যদিও কেৱল মাত্ৰ 3.5 শতাংশ (1010 টা) গোচৰতহে ৰায়দান সম্পন্ন হয় ৷ বছৰ বছৰ ধৰি ধৰ্ষণৰ গোচৰ পৰি ৰৈছে বন্ধ ফাইলত ৷ ইটিভি ভাৰতৰ এক্সক্লুছিভ প্ৰতিবেদন-