দাৰ্জিলিঙৰ ঐতিহ্য টয় ট্ৰেইন
🎬 Watch Now: Feature Video
ঝক ঝক ঝক, ৰে'লগাড়ী যায়... আপুনি বাৰু দাৰ্জিলিঙৰ টয় ট্ৰেইনেৰে যাত্ৰা কৰিছেনে ? পাহাৰীয়া একা-বেঁকা ঘন কুঁৱলীৰ আচ্ছাদনেৰে আৱৰা পথ, দাৰ্জিলিং চহৰৰ মাজেৰে, সেউজীয়া গছ-গছনিৰ মাজেৰে এক আনন্দদায়ক যাত্ৰা । টয় ট্ৰেইন ! এবাৰ এই নামটো শুনাৰ লগে লগে প্ৰথম আমাৰ মনলৈ আহে দাৰ্জিলিঙৰ পাহাৰৰ মাজেৰে কৰা এক আনন্দদায়ক ৰে'লযাত্ৰাৰ কথা । এই টয় ট্ৰেইনৰ যাত্ৰা কেৱল পশ্চিমবংগতে নহয়, দেশৰ আন আন প্ৰান্ততো যথেষ্ট বিখ্যাত । দাৰ্জিলিং হিমালয়ান ৰে'লৱে পৰ্যটকৰ মাজত জনপ্ৰিয় ৷ কৰ'ণাসৃষ্ট পৰিৱেশে প্ৰভাৱ পেলাইছে নেকি দাৰ্জিলিঙৰ পৰ্যটন উদ্যোগত ?