কপিল মিশ্ৰা, অনুৰাগ ঠাকুৰ আৰু প্ৰভেশ বৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশনা - দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6212167-thumbnail-3x2-0.jpg)
দিল্লী উচ্চ ন্যায়ালয়ে উচতনিমুলক মন্তব্য প্ৰদান কৰাৰ বাবে কপিল মিশ্ৰা, অনুৰাগ ঠাকুৰ আৰু প্ৰভেশ বৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ উচ্চ ন্যায়ালয়ত উপস্থিত থকা আৰক্ষী বিষয়াসকলক এই নিৰ্দেশনা প্ৰদান কৰি শীঘ্ৰেই গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয় ৷ কেৱল মাত্ৰ বিজেপি নেতাৰ বিৰুদ্ধেই নহয়, উচতনিমুলক মন্তব্য প্ৰদান কৰা সকলো লোকৰ বিৰুদ্ধে দিল্লী আৰক্ষীক তৎকালীনভাৱে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷