প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - নুমলীগড় তেলশোধনাগাৰ ব্যক্তিগতকৰণ বিষয়ক লৈ প্ৰধানমন্ত্ৰীৰে আলোচনা কৰিব সোণোৱালে

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 7, 2019, 5:53 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নুমলীগড় তেল শোধানাগাৰ ব্যক্তিগতকৰণ বিষয়ক লৈ প্ৰধানমন্ত্ৰীৰে আলোচনা কৰিব সোণোৱালে ৷ নগা চুক্তিক লৈ কেন্দ্ৰ আৰু এন এছ চি এনৰ মাজত চলি থকা আলোচনা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীৰে মত বিনিময় কৰিব মুখ্যমন্ত্ৰী সোণোৱালে ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.