পদত্যাগ ঘোষণা মুখ্যমন্ত্ৰী কমল নাথৰ - আস্থাভোটৰ পূৰ্বে পদত্যাগৰ কথা ঘোষণা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6479347-thumbnail-3x2-ka-2.jpg)
আস্থাভোটৰ পূৰ্বে পদত্যাগৰ কথা ঘোষণা কৰিলে মধ্য়প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে ৷ পদত্যাগ ঘোষণা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,কংগ্ৰেছে কৰা উন্নয়নৰ কামত বিজেপিৰ সদায় চকু পৰি আহিছে ৷ ইয়াৰোপৰি,15 মাহত কংগ্ৰেছে কেনেধৰণে নিজৰ দায়িত্ব পালন কৰিলে সেই সম্পৰ্কেও তেওঁ সংবাদমেলত উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে, সংবাদমেলৰ পাচতে তেওঁ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব ৷