"বিশ্বৰ প্ৰতিটো প্ৰান্তৰ অসমীয়া আজি গৌৰৱান্বিত"
🎬 Watch Now: Feature Video
সমগ্ৰ অসম তথা ভাৰতৰ প্ৰিয় শিল্পী ভূপেন হাজৰিকা-মুখ্যমন্ত্ৰী
"বিশ্বৰ প্ৰতিটো প্ৰান্তৰ অসমীয়া আজি গৌৰৱান্বিত"
"ভূপেন হাজৰিকাক ভাৰত ৰত্ন পোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ কথা"
"সমন্বয় আৰু মানৱতাৰ বাবে গীত গাইছিল ভূপেন দাই"-সৰ্বানন্দ সোণোৱাল