হিমাচল প্ৰদেশৰ লাহৌল স্পীতিত হিমস্খলন
🎬 Watch Now: Feature Video
দুদিনৰ তুষাৰপাতৰ অন্তত হিমাচল প্ৰদেশৰ লাহৌল স্পীতিত হৈছে হিমস্খলন ৷ বৰ্তমানলৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই, যদিও কিছু সময়ৰ বাবে চতৰা নদীৰ প্ৰবাহ ব্যাহত হয় । এগৰাকী গাঁৱবাসীয়ে জনোৱা অনুসৰি, দেওবাৰে পুৱা প্ৰায় ১১ বজাত গ’ণ্ডলাৰ সন্মুখতে হিমস্খলন সংঘটিত হয় । যাৰ বাবে দ্বিতীয়বাৰ তুষাৰপাত হোৱাৰ ফলত গাঁৱবাসী এতিয়া অধিক চিন্তিত হৈ পৰিছে ৷