এন আৰ চি সম্পৰ্কত আৰ্শাদ মাডানীৰ মন্তব্য - প্ৰায় 3 কোটি 11 লাখ লোকৰ নাম অন্তৰ্ভূক্ত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4302620-thumbnail-3x2-ma-2.jpg)
অসমত শনিবাৰে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছতে এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে জমিয়ত উলেমা ই হিন্দৰ সভাপতি আৰ্শাদ মাডানীয়ে ৷ মাডানীয়ে মন্তব্য কৰে যে, চূড়ান্ত তালিকাত প্ৰায় 3 কোটি 11 লাখ লোকৰ নাম আহিছে যদিও প্ৰায় 19 লাখ 6 হাজাৰ লোকে বৰ্তমানেও স্থান লাভ কৰা নাই ৷
Last Updated : Aug 31, 2019, 10:27 PM IST