Ali Ai Ligang: বোকাখাতত মন্ত্ৰী অতুল বৰাই নাচিলে গোমৰাগ

By

Published : Feb 16, 2022, 9:07 PM IST

Updated : Feb 3, 2023, 8:16 PM IST

thumbnail
বোকাখাতত গোমৰাগৰ ছেৱত মতলীয়া হ’ল মন্ত্ৰী অতুল বৰা (Atul Bora dancing Gumrag)। ছেও মিলাই নাচিলে মহকুমাধিপতিৰ লগত মহকুমা আৰক্ষী বিষয়াই । বোকাখাত সমষ্টিৰ নামতেৰা গাঁৱত উদযাপন কৰা আলি-আয়ে-লৃগাঙত মন্ত্ৰী অতুল বৰাই নাচিলে গোমৰাগ । নাচনীৰ ৰূপত সাজি-কাচি ওলাই আহিল বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ আৰু মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাই । চাংঘৰত বহি পৰম্পৰাগত খাদ্যৰ জুতিও ল’লে মন্ত্ৰী অতুল বৰাই ৷
Last Updated : Feb 3, 2023, 8:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.