শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

By

Published : Feb 27, 2022, 9:58 AM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail
শুকুৰবাৰৰ পৰা নাহৰকটীয়া ৰাঙলী পথাৰৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন (Sankardev Sangha session at Naharkatia) ৷ ইতিমধ্যে দেশ-বিদেশৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত ভক্তসকল আহি অধিৱেশনস্থলীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷ অধিৱেশনৰ দ্বিতীয় দিনতো হৰি নামেৰে মুখৰিত হৈ পৰিল অধিৱেশনৰ প্ৰাংগণ ৷ শনিবাৰৰ দিনটোত সংস্কৃতি শাখা সমিতিৰ অধিৱেশনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে (Biswajit Daimary presents at Srimanta Sankardeva Sangha session) ।
Last Updated : Feb 3, 2023, 8:17 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.