thumbnail

By

Published : Feb 24, 2022, 8:42 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

Russia Ukraine crisis: ইউক্ৰেইনত আবদ্ধ তেজপুৰৰ ছাত্ৰীক অনাৰ ব্যৱস্থা কৰিব সাংসদ পল্লব লোচন দাসে

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হৈছে যুদ্ধ সদৃশ পৰিস্থিতি (Russia Ukraine crisis) ৷ এই যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে নতুন দিল্লীত এক সংবাদ মাধ্যমৰ যোগেদি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপ বিচাৰিছে ৷ ইফালে এই সংঘাতে দোমোজাত পেলাইছে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক ৷ এই সন্দৰ্ভত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসৰ সৈতে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক আচুতীয়া সাক্ষাৎকাৰ ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.