thumbnail

By

Published : Mar 3, 2022, 1:57 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / Videos

Municipal election 2022 : ধেমাজিত ৰণডংকা অসম জাতীয় পৰিষদৰ

ধেমাজি পৌৰসভা নিৰ্বাচনক (Dhemaji Municipal election 2022) লৈ বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে (AJP president Lurinjyoti Gogoi) বিগত দিনকেইটাত ধেমাজি পৌৰসভাৰ অন্তৰ্গত বিভিন্ন ৱাৰ্ডত প্ৰচাৰ অভিযানত অংশ লয় ৷ বুধবাৰে সন্ধিয়া নেতাগৰাকীয়ে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গীতাঞ্জলি শইকীয়া গগৈৰ হৈ ধেমাজিৰ ৫ নং ৱাৰ্ডৰ নিৰ্বাচনী সভাতো অংশ লয় ৷ গগৈয়ে এইবাৰ ধেমাজি পৌৰসভাৰ ১০খন আসনৰ ৭ খন আসনতেই জয়ী হৈ ধেমাজিত জাতীয় পৰিষদে পৌৰসভা গঠন কৰাৰ দাবী কৰে (Assam Municipal election 2022) ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.