thumbnail

By

Published : Feb 13, 2022, 2:22 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

ETV Bharat / Videos

ৰাজনীতিৰ মাজলৈ কবিতাক টানি নানিব: মণিমাধৱ মহন্ত

‘‘ভূপেন বৰাৰ কবিতা দেৱকান্ত বৰুৱাৰ লগত তুলনা নহয় ৷ সেয়ে ৰাজনীতিৰ মাজলৈ কবিতাক টানি আনি ইয়াৰ মৰ্যদা লাঘৱ নকৰিব’’ ৷ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক একপ্ৰকাৰে সকিয়নি প্ৰদান কৰে নগাঁও জিলাৰ অগপৰ নৱ-নিৰ্বাচিত সভাপতি মণিমাধৱ মহন্তই (AGP New District President rection on bhupen Borahs Politics Poem) ৷ উল্লেখ্য যে, দেওবাৰে কলিয়াবৰত নগাঁও জিলা অগপৰ নৱ-নিৰ্বাচিত সভাপতি মণিমাধৱ মহন্তক বিপুল সম্বৰ্দ্ধনা জনোৱা হয় ৷ এই সভাতে ভূপেন বৰাৰ কবিতাক লৈ কটু সমালোচনা কৰে অগপৰ নৱ-নিৰ্বাচিত সভাপতিগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.