Kankin Kaubang at Teok: TMPK ৰ উদ্যোগত টীয়কত কাংকিন কৌবাং অনুষ্ঠিত - TMPK উদ্যোগত টীয়কত কাংকিন কৌবাং অনুষ্ঠিত
🎬 Watch Now: Feature Video

টীয়কবাসী ৰাইজৰ সহযোগত টীয়ক হাইস্কুলৰ প্ৰেক্ষাগৃহত কাংকিন কৌবাং অৰ্থাৎ নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হয়(Kankin Kaubung held in Teok) । পুৱা গছপুলি ৰোপন,পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীত পাছতে গুমৰাগ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ইয়াৰ পাছতে ৰমাকান্ত টায়ে উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে মিচিং সকলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, টি এম পি কে কেন্দ্ৰীয় সভাপতি ৰাজকুমাৰ মৰাং বিশিষ্ট অতিথিৰূপে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা মণিকা মিলি, টীয়ক আৰক্ষী থানাৰ আৰক্ষী উপ পৰিদৰ্শক দীপাংকৰ দলৈকে প্ৰমুখ্যে কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি ।
Last Updated : Feb 3, 2023, 8:32 PM IST