Arnamai Bora murder case: নিৰ্বাচনী ইছ্যু হিচাপে পৰিগণিত অৰ্ণমাই বৰাৰ হত্যাকাণ্ড: দল-সংগঠন

By

Published : Jan 18, 2023, 2:13 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ হত্যাকাণ্ডৰ অপৰাধীৰ শাস্তি ৰেহাই উচ্চ ন্যায়ালয়ৰ(Arnamai Bora murder case) । ৰেহাই ঘোষণা কৰাৰ পাছতেই এতিয়া সৰৱ হৈ পৰিছে পৰিয়ালৰ লগতে কামপুৰৰ বিভিন্ন দল সংগঠন । ২০১৮ চনৰ ১ আগষ্টৰ দিনা হোজাই জিলা আদালতে হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক ফাঁচী আৰু চেলিম উদ্দিনক যাৱৎজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিছিল । কিন্তু শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে(Gauhati High Court) মূল অপৰাধী মইনুল হকক ফাঁচীৰ শাস্তি ৰেহাই ঘোষণা কৰাত জাঙুৰ খাই উঠিছে দল-সংগঠন সমূহ । 

উল্লেখ্য যে হোজাই জিলাৰ যমুনামুখত চানজুৰীয়া ইলাচি দেউৰী এলপি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক বিদ্যালয় ছুটী হোৱাৰ পিচত ঘৰলৈ গৈ থকা অৱস্থাত আদবাটতে দুৰ্বৃত্তই দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছিল ৷  তাৰ পাচত মৃতদেহ কপিলী নৈত উটুৱাই দিয়া এই জঘন্য কাণ্ডটো সংঘটিত হৈছিল ২০১৭ চনৰ মে’ মাহত ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.