দেৰগাঁৱত কুকুৰৰ সৈতে সময় কটালে মন্ত্ৰী অতুল বৰাই

By

Published : Jun 6, 2022, 10:04 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail
অসম গণ পৰিষদ দলৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ ক্ষমতাশালী মন্ত্ৰী অতুল বৰা এক ব্যতিক্ৰমী ৰূপ । ৰাজনৈতিক ব্যস্ততাৰ মাজতে মন্ত্ৰী অতুল বৰাক দেৰগাঁৱত দেখা গ'ল অন্য এক ৰূপত (Atul Bora in Dergaon)। সন্ধিয়া যোৰহাটৰ দিশৰ পৰা ব্যস্ত কাৰ্যসূচী সমাপন কৰি উভতি অহাৰ সময়ত দেৰগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা কুকুৰৰ লগত ৰং-ধেমালি কৰি থকা দেখা গ'ল মন্ত্ৰী বৰাক (Atul Bora plays with dog)। দেৰগাঁও ৰাজ্যিক বাছ আস্থানৰ সমীপত এটি শিশু আৰু এটা কুকুৰৰ লগত বহু সময় খেলা-ধূলা কৰি সময় পাৰ কৰিলে মন্ত্ৰী অতুল বৰাই ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.