Food poisoning in Majuli: মাজুলীত প্ৰসাদ খাই আক্ৰান্ত 70 গৰাকী লোক - মাজুলীত প্ৰসাদ খাই আক্ৰান্ত 70 গৰাকী লোক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16029413-thumbnail-3x2-ysg.jpg)
মাজুলীত অঘটন । এক অনুষ্ঠানত প্ৰসাদ খাই আক্ৰান্ত হৈছে বহুকেইগৰাকী লোক (Food poisoning in Majuli) । প্ৰসাদ খোৱাৰ পাছতে পেটৰ বিষত ভোগী চটফটাবলৈ আৰম্ভ কৰে 70 গৰাকীকৈ লোকে । নদীদ্বীপ জিলাখনৰ নামনি মাজুলীৰ মহৰিচুক গাঁৱত সংঘটিত হয় এই বিষক্ৰিয়াৰ ঘটনা (Many people suffer from food poisoning) । ইতিমধ্যেই আক্ৰান্তসকলক গড়মূৰ পীতাম্বৰ দেব গোস্বামী জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
Last Updated : Feb 3, 2023, 8:25 PM IST