যান বাহন আইন মানিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - সংহত যান বাহন ব্যৱস্থাপনা প্ৰণালী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 24, 2022, 7:05 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

হঠাৎ মহানগৰীৰ ৰাজপথত ৰ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় (Himanta Biswa Sarma convoy)। মানিলে যান-বাহন আৰক্ষীৰ নিয়ম । মঙলবাৰে মহানগৰীত সংস্থাপন কৰা হৈছিল সংহত যান-বাহন ব্যৱস্থাপনা প্ৰণালী(Integrated traffic management system in Guwahati)৷ এই ব্যৱস্থাৰ জৰিয়তে অত্যাধুনিক কেমেৰাৰ জৰিয়তে যান-বাহনৰ নীতি উলংঘা কৰা গাড়ীৰ চালকসমূহক নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰা হয় (Traffic rules in Guwahati)৷ প্ৰথম পৰ্যায়ত সংহত যান-বাহন ব্যৱস্থাপনা প্ৰণালীৰ দ্বাৰা নেপালী মন্দিৰৰ পৰা খানাপাৰালৈ ২০ টা জংচন সামৰি লোৱা হৈছে । চূড়ান্ত পৰ্যায়ত মুঠ ৯৪ টা জংচন সামৰি লোৱা হ’ব ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.