Dhula OC Arrested: চি আই ডিয়ে ছীল কৰিলে নিলম্বিত অ’ চি উৎপল বৰাৰ ভাড়াঘৰ - arrested OC Utpal Borah
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16804398-thumbnail-3x2-hfd.jpg)
ধূলা আৰক্ষী থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বড়া পুনৰ গ্ৰেপ্তাৰ (Dhula OC arrested) হোৱাৰ পিছতেই তেওঁৰ মঙলদৈত থকা ভাড়াঘৰৰ লগতে শহুৰেকৰ ঘৰত উপস্থিত হয় গুৱাহাটীৰ পৰা অহা CID ৰ দল (CID raids in OC Utpal Borah residence) । প্ৰথমতে মঙলদৈ চহৰৰ নিকটৱৰ্তী গেৰিমাৰীত থকা শহুৰেকৰ ঘৰত CID য়ে তন্নতন্ন কৈ তালাচী চলায় (Arrested OC Utpal Borah residence) ৷ তাৰ পিছত উৎপল বড়াৰ মঙলদৈৰ জ্যোতি নগৰত থকা ভাড়াঘৰটো মঙলদৈ সদৰ আৰক্ষীৰ উপস্থিতত ছীল কৰে (CID sealed OC Utpal Borah home) । তাৎপৰ্যপূৰ্ণ যে উৎপল বড়াৰ ভাড়াঘৰটো ছীল কৰাৰ সময়ত ঘৰটোত কোনো মানুহ উপস্থিত নাছিল । এগৰাকী কিশোৰীৰ মৃত্যুৰ তদন্তত গাফিলতি কৰাৰ বাবে নিলম্বন হৈ আছিল অ’চি উৎপল বড়া ৷
Last Updated : Feb 3, 2023, 8:31 PM IST