অসমৰ আটাইকেইটা লোকসভা সমষ্টি দখলৰ লক্ষ্য বিজেপিৰ - Kiren Rijiju responsibility in Lok Sabha election
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16220372-305-16220372-1661680698494.jpg)
আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ আটাইকেইটা সমষ্টি দখলৰ লক্ষ্য বিজেপিৰ (BJP aims to all Lok Sabha constituencies in Assam) । নগাঁও, কলিয়াবৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক (Kiren Rijiju responsibility in Lok Sabha election) । দেওবাৰে নগাঁৱৰ বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত বিজেপিৰ লোকসভা প্ৰবাস যোজনাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ । এতিয়াৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি (BJP started Lok Sabha election preparation) ।
Last Updated : Feb 3, 2023, 8:27 PM IST
TAGGED:
kiren rijiju on meeting