thumbnail

By

Published : Dec 1, 2022, 6:32 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ETV Bharat / Videos

Birendra Prasad Baishya slams Ripun Bora: ৰিপুন বৰাক কটাক্ষ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাক কঠোৰ সমালোচনা অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ (Birendra Prasad Baishya slams Ripun Bora) ৷ বৃহস্পতিবাৰে নগাঁৱত অগপৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি অগপৰ একমাত্ৰ সাংসদ গৰাকীয়ে লাচিত বৰফুকন সন্দৰ্ভত ৰিপুন বৰাই কৰা মন্তব্যক ধিক্কাৰ দিয়ে (Birendra Prasad Baishya slams Ripun Bora in Nagaon) ৷ তেওঁ কয় যে ৰিপুন বৰাই নিজেই নাজানে তেঁও কি কৈছে ৷ আঞ্চলিক দল অগপৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে দলটোৰ কাৰ্যকৰ্তা সন্মিলন ৷ জিলা পৰ্যায়ৰ পিছত সমষ্টি ভিত্তিত আৰম্ভ কৰিব এই কাৰ্যকৰ্তা সন্মিলন ৷
Last Updated : Feb 3, 2023, 8:34 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.