Bhupen Borah slams CM: গৃহ বিভাগৰ দায়িত্ব পালনত চুড়ান্তভাৱে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী: ভূপেন বৰা - Bhupen Borah slams CM of Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17189933-607-17189933-1670905079197.jpg)
ৰাজ্যৰ শেহতীয়া আইন শৃংখলা পৰিস্থিতিক লৈ ডিব্ৰুগড়ত উদ্বেগ প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ(Assam Pradesh Congress President Bhupen Bora) । গুৱাহাটীত ধাৰাবাহিক ভাৱে হত্যাকাণ্ড সংঘটিত হৈছে, মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ কাষৰ পৰাই মহিলা ডিঙিৰ চেইন টানি লৈ গৈছে, লক্ষীমপুৰত বেংকৰ পৰা ধন উলিওৱাৰ পাছতেই ডকাইতে লৈ গৈছে সেই ধন ৷ লগতে অসম-মেঘালয় আৰু অসম- অৰুণাচল প্ৰদেশ সীমান্তত যি সংঘাত হৈছে ইয়েই প্ৰমাণ কৰিছে ৰাজ্যত আইন শৃংখলা বুলিবলৈ একো নাই - এইদৰে কলে বৰাই(Bhupen Borah slams CM of Assam) । লগতে মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ চলাব পৰা জ্ঞান আৰু দুৰদৰ্শীতা নাই বুলি কটাক্ষ কৰে সভাপতিগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:35 PM IST