thumbnail

Rajouri militant attack: ৰাজৌৰীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শীঘ্ৰে প্ৰত্যুত্তৰ দিয়া হ'ব; ADGP মুকেশ সিং

By

Published : Jan 2, 2023, 4:38 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই জম্মু কাশ্মীৰত ভয়াৱহ সংঘৰ্ষ (Terror attack in Jammu Kashmir)৷ পহিলা জানুৱাৰী অৰ্থাৎ দেওবাৰে সন্ধিয়া ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সন্দেহজনক উগ্ৰপন্থীৰ গুলীত 4 গৰাকী সাধাৰণ লোক নিহত হোৱাৰ উপৰিও 9 গৰাকী লোক আহত হয়(4 civilians killed and 9 injured in terror attack) ৷ উগ্ৰপন্থীৰ আক্ৰমণৰ এই ঘটনাৰ লগে লগে গাঁওখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ এই আক্ৰমণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ADGP মুকেশ সিং আৰু সেনা কামাণ্ডাৰে (Army commnader reacts to Rajouri militant attack) । সন্ত্ৰাসবাদী আক্ৰমণৰ শীঘ্ৰে প্ৰত্যুত্তৰ দিয়া হ'ব বুলি তেওঁলোকে আস্বাস দিয়ে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.