2022 Last sunset view: ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্যাস্তৰ নান্দনিক দৃশ্য - 2022 last sunset
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17364443-thumbnail-3x2-majuli.jpg)
পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে(New year 2023) । মাজুলীত ব্ৰহ্মপুত্ৰ পাৰত ২০২২ বৰ্ষৰ অন্তিমটো সূৰ্যাস্ত(2022 last sunset) ৷ কেমেৰাত বন্দী হৈ ৰ’ল সূৰ্যাস্তৰ নান্দনিক দৃশ্য ৷ মাজুলীত শনিবাৰৰ বিয়লি ব্ৰহ্মপুত্ৰ পাৰৰ সূৰ্যাস্তৰ সেই নান্দনিক দৃশ্যই মোহিত কৰিব আপোনাকো(Last sunset in Majuli) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST