ইউক্ৰেইনত নিহত হ’ল ভাৰতীয় ছাত্ৰ নবীন

By

Published : Mar 1, 2022, 4:08 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

ইউক্ৰেইনত আৱদ্ধ হৈ থকা কৰ্ণাটকৰ এজন ভাৰতীয় ছাত্ৰ নিহত হৈছে (Indian student dies in Ukraine) ৷ পশ্চিম সীমান্তলৈ যাবলৈ লভিভৰ ৰেল ষ্টেচনলৈ ৰাওনা হোৱা অৱস্থাতে গুলীবিদ্ধ হৈ নিহত হয় ছাত্ৰজন । ছাত্ৰজনৰ নাম নবীন বুলি জানিব পৰা গৈছে ৷ ইউক্ৰেইনত পঢ়ি থকা নবীনৰ ঘৰ কৰ্নাটকত ।

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.