thumbnail

By

Published : Oct 20, 2022, 6:36 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Body recovered in Nalbari : নলবাৰীৰ কঠলাত উদ্ধাৰ এজন অচিনাক্ত লোকৰ মৃতদেহ

হঠাৎ নলবাৰীত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিয়নো বৃহস্পতিবাৰে নলবাৰীৰ ধৰ্মপুৰৰ কঠলাত ধাননি পথাৰত উদ্ধাৰ হয় এজন অচিনাক্ত পুৰুষৰ মৃতদেহ (Unidentified body recovered in Nalbari) । আৰক্ষী তথা স্থানীয় লোকৰ সন্দেহ, কোনো লোকে হত্যা কৰি পেলাই থৈ গৈছে লোকজনক ৷ উদ্ধাৰ হোৱা মৃত লোকজনৰ বয়স প্ৰায় 50 বছৰ ৷ ইতিমধ্যে আৰক্ষীয়ে এই সংক্ৰান্তত আৰম্ভ কৰিছে তদন্ত ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.