নগাঁও আৰক্ষীয়ে পুনৰ চলালে গুলী : আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জনালে কাৰণ - নগাঁৱত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ
🎬 Watch Now: Feature Video

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে নগাঁও জিলাত অব্যাহত আছে আৰক্ষীৰ অভিযান । ইয়াৰ মাজতে নগাঁৱত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ (Police encounter in Nagaon)। গুলীবিদ্ধ হ’ল ড্ৰাগছ মাফিয়া ছাহজাহান আলী ওৰফে চাজু । এই সন্দৰ্ভত মুখ খুলিছে বৰ্তমানৰ নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই (APS Dhruba Bora) । জানো আহক কি ক’লে শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:12 PM IST