যোৰহাটত পৰম্পৰাগত মিচিং জনগোষ্ঠীয় উৎসৱ আলি আই লৃগাং পালন - মিচিং ঐনিতমৰ সুৰত মুখৰিত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14481329-thumbnail-3x2-wbhdq.jpg)
আলি আই লৃগাং অসমৰ মিচিং বা মিৰি জনজাতিৰ বসন্ত উৎসৱ (Ali Ai Ligang celebration at Jorhat) ৷ প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয় ৷ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো মিচিং জনগোষ্ঠীয় লোকসকলে পালন কৰে এই উৎসৱ ৷ মিচিং ঐনিতমৰ সুৰত মুখৰিত হৈ পৰিছে মুৰং ঘৰৰ প্ৰাংগন ৷ যোৰহাটৰ মিচিং কেবাংৰ উদ্যোগত গড়মূৰ মৰং ঘৰত জিলা ভিত্তিত আয়োজন কৰা হয় আলি আই লৃগাং ৷ মিচিং ঐনিতমৰ সুৰৰ তালে এপাক নাচি বিভোৰ হৈ পৰে শিশু, জ্যেষ্ঠজনৰ লগতে কনেং আৰু কাঙকানসকল ৷
Last Updated : Feb 3, 2023, 8:16 PM IST